ASSAM TIMES POST
ৰাজ্যত পুনৰ দুগৰাকীৰ ব্যক্তি দেহত ধৰা পৰিছে কোভিড-১৯।এগৰাকীৰ গুৱাহাটীৰ আৰু অন্য গৰাকীৰ মৰিগাঁও।এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যত আক্রান্ত সংখ্যা ৬৪জনলৈ বৃদ্ধি পালে।

© 2020 Assam Times Post. | Powered By Webx