ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সজাগ হৈ আগবাঢ়িলে ক’ৰনা প্ৰতিৰোধ কৰিব পাৰিম- জুবিন গাৰ্গ

ASSAM TIMES POST by ASSAM TIMES POST
May 12, 2020
Reading Time: 1 min read
A A
0
সজাগ হৈ আগবাঢ়িলে ক’ৰনা প্ৰতিৰোধ কৰিব পাৰিম- জুবিন গাৰ্গ

0 1 e1574345654996 6 1 2 2 14 5 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

মহাৰাষ্ট্ৰত যি অৱস্থা, আমাৰ নিজৰো ভয় লাগিছিল- গৰিমা শইকীয়া গাৰ্গ

গুৱাহাটী :চাৰিদিনীয়া বাছ যাত্ৰাৰ অন্তত সুদূৰ মুম্বাই পৰা সোমবাৰে নিশা ২.৩০ বজাত গুৱাহাটীত উপস্থিত হয় জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ।পুৱতি নিশা শিল্পী গৰাকী আহি পোৱাৰ পিছতে কৰা হয় স্বাস্থ্য পৰীক্ষা।উল্লেখ যে দুটা মাহৰ পিছত মাতৃভূমি অসম তথা গুৱাহাটীত উপস্থিত হৈ শিল্পী জুবিনে কয় ” সজাগ হৈ আগবাঢ়িলে ক’ৰনা আমি নিশ্চয়কৈ প্ৰতিৰোধ কৰিব পাৰিম”।

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/05/WhatsApp-Video-2020-05-11-at-8.35.18-PM.mp4

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে দিনে-ৰাতিয়ে কাম কৰি আছে।মইও আহিছোঁ প্ৰয়োজনত যি সহায় লাগে সহায় কৰিম বুলি উল্লেখ কৰি শিল্পী জুবিনে কয় “মুখ্যমন্ত্ৰী সৰ্বাদা আৰু মন্ত্ৰী হিমন্ত দাক বিশেষ ভাৱে ধন্যবাদ।মুম্বাই পৰা আহিবলৈ বাছ ভাড়া কৰাৰ পৰা সকলো সহায় কৰিছে আমাক।

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/05/WhatsApp-Video-2020-05-11-at-8.35.33-PM.mp4

আমি তাত লকডাউনত আছিলোঁ তাৰ প্ৰশাসনৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছে।বিভিন্ন ৰাজ্যৰ মাজেৰে আমাক পাৰ হৈ অহাত সহায় কৰিছে”।“যাত্রা অলপ লাহে লাহে কৰিব লগা হৈছে মানুহ বহুত।গাড়ীতে খোৱা বোৱা কৰিছোঁ।অসমত সোমাই বৰপেটা ডিএছপি সমীৰণ বৈশ্যই আমাক খোৱা ব্যৱস্থা কৰে”-জুবিনে কয়।উল্লেখ যে জুবিনৰ হৈতে দীঘলীয়া বাছ-যাত্ৰাত আছিল পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু দুই সহযোগী শিল্পী।

অসমত উপস্থিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গে বৰ্ণনা কৰিলে মুম্বাইৰ ভয়ংকৰ পৰিৱেশৰ কথা।তেওঁ কয় “মহাৰাষ্ট্ৰ যি অৱস্থা হৈছে তাৰ মাজত আমাৰ ভয় লাগিছিল।অসম চৰকাৰে আমাৰ আৱেদন ৰক্ষা কৰাৰ বাবে ধন্যবাদ”।

পৰিয়ালৰ সুৰক্ষাৰ কথা চিন্তা কৰি হোম কোৱাৰেণ্টাইন কৰা আমাৰো মন নাই”-গৰিমাই লগতে কয়।ইফালে গুৱাহাটীৰ ৰেডিচন ব্লু’ ১৪দিনৰ কোৱাৰেণ্টাইন কৰা হৈছে শিল্পী জুবিনক।উল্লেখ যে যোৱা শুকুৰবাৰে পুৱা ৭বজাত মহাৰাষ্ট্ৰ আন্ধেৰী পৰা আৰম্ভ হৈছিল জুবিনৰ যাত্ৰা।

Tags: Featured
Share4Tweet3Send

Related Posts

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
ADVERTISEMENT
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx