ASSAM TIMES POST
লংকাৰ কাকীত কৰুনাতংক, অৰেঞ্জ জ’নৰ পৰা স্বাস্থ্য পৰীক্ষা নকৰাকৈ লংকা কাকীৰ ঘৰ পালেহি প্ৰাঞ্জল বৰা। ইয়াকে লৈ আতংকিত গাঁওবাসী৷ বঙাইগাঁও জিলাত দীৰ্ঘদিন ধৰি ৰে’লৱে কামত নিয়োজিত আছিল যুৱকজন ৷ এতিয়ালৈকে স্বাস্থ্য পৰীক্ষা কৰা নাই। বৰ্তমান জ্বৰ, পেটৰ ৰোগত আক্ৰান্ত যুৱকজনক৷ পৰিয়ালটোৰ সকলোকে হোম কোৱাইৰেন্টইন ৷













