ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত নির্মাণ কার্য চলি থকা মথাউৰি পৰিদৰ্শন কৰিলে মুখ্যমন্ত্রীয়েঃ

ASSAM TIMES POST by ASSAM TIMES POST
May 13, 2020
Reading Time: 1 min read
A A
0
বোকাখাতত নির্মাণ কার্য চলি থকা মথাউৰি পৰিদৰ্শন কৰিলে মুখ্যমন্ত্রীয়েঃ

0 1 e1574345654996 6 1 2 2 14 7 | ASSAM TIMES POST ASSAM TIMES POST

অহা ৩০ মে’ৰ ভিতৰত মথাউৰিৰ নির্মাণকার্য সম্পূর্ণকৰিবলৈ জলসম্পদ বিভাগক মুখ্যমন্ত্রীৰ নির্দেশঃ

প্রধানমন্ত্রী অর্থনৈতিক পেকেজক আদৰণি মুখ্যমন্ত্ৰীৰঃ

অজন্তা তালুকদাৰ, বোকাখাত :

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বানপানীৰ পৰা সুৰক্ষিত কৰিবলৈ মৰিয়াহােলাৰ পৰা অগৰাতলি ৰেঞ্জলৈ জলসম্পদ বিভাগে নির্মাণ কার্য চলাই থকা মথাউৰি পৰিদৰ্শন কৰি চৰজমিন বুজ লয়। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে মথাউৰিটোৰ নির্মাণকাৰ্যৰ অগ্ৰগতিৰ বিষয়ে আলােচনা কৰাৰ উপৰি অহা ৩০ মে’ৰ ভিতৰত এই নির্মাণকার্য সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়ে।

WhatsApp Image 2020 05 13 at 5.29.58 AM | ASSAM TIMES POSTWhatsApp Image 2020 05 13 at 5.27.06 AM | ASSAM TIMES POST

উল্লেখ্য যে এছিয়ান ডেভেলপমেন্ট বেংকৰ পুঁজিৰে ২৩.৩৮ কিঃমিঃ দৈর্ঘ আৰু ৭.৫ মিটাৰ বহলকৈ নিৰ্মাণ কৰি থকা মথাউৰিটোৱে বানপানীৰ কৱলৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনক বহুলাংশে সুৰক্ষিত কৰি ৰাখিব পাৰিব। আজিৰ এই পৰিদৰ্শনৰ সময়ত জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, কৃষি মন্ত্রী অতুল বৰা, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়কদ্বয় মৃণাল শইকীয়া, বিমল বৰা, গােলাঘাট জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বােকাখাত মহকুমাৰ মহকুমাধিপতি প্ৰমুখ্যে জলসম্পদ বিভাগ আৰু বন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত আছিল।

WhatsApp Image 2020 05 13 at 5.27.06 AM1 1 | ASSAM TIMES POST

WhatsApp Image 2020 05 13 at 5.29.58 AM1 | ASSAM TIMES POST

ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হােৱা কথােপকথনত মুখ্যমন্ত্রী সােণােৱালে কয় যে আমাৰ ৰাজ্যখনে প্রতিবছৰে বানপানী আৰু গৰাখহনীয়াৰ কৱলত পৰে। মুখ্যমন্ত্ৰীয়ে কয় যে লডাউনৰ বাবে মথাউৰি নিৰ্মাণৰ কাম সময়মতে আৰম্ভ কৰিব পৰা নগ’ল। আগন্তুক বাৰিষাৰ কালছােৱাত হ’ব পৰা সাম্ভাব্য বানপানীৰ প্রতি লক্ষ্য ৰাখি মথাউৰি নিৰ্মাণৰ কাম জলসম্পদ বিভাগে ক্ষিপ্রতাৰে আৰম্ভ কৰিছে।

Along with fighting #COVID19, the Govt is gearing up for flood challenges and in this scenario, our national parks and wild animals always figure at the top.

Inspected under construction 23.38 km Moriahola to Agoratoli range embankment at Kaziranga National Park. pic.twitter.com/arpkVW0ZLz

— Sarbananda Sonowal (@sarbanandsonwal) May 13, 2020

RELATED POSTS

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

মুখ্যমন্ত্রীয়ে আৰু কয় যে জলসম্পদ বিভাগৰ প্ৰতিটো কাম মে’ মাহৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবে নির্দেশ দিয়া হৈছে। জুন মাহৰ পৰা বানপানী হােৱাৰ বিষয়টো গুৰুত্ব আৰােপ কৰি চলিত মাহৰ ভিতৰতে মথাউৰি নিৰ্মাণৰ কাম সম্পূর্ণ কৰি তুলিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বানপানী অসমৰ ৰাইজ তথা কৃষক সমাজৰ বাবে বৃহৎ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাইজক নিৰাপত্তা দিয়াৰ বাবে ৰাজ্য চৰকাৰে মথাউৰি নিৰ্মাণৰ কাম শীঘ্ৰে সমাপ্ত কৰিব বিচাৰে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বৰাক আৰু ব্ৰহ্মপুত্ৰত হােৱা বানপানীৰ ফলত প্রতি বছৰে মানুহে দুর্যোগ ভুগিবলগীয়া হয়। মথাউৰি নিৰ্মাণৰ কাম সময়মতে সম্পূর্ণ হৈ উঠিলে বানপানীৰ কৱলৰ পৰা বহুলােক ৰক্ষা পৰাৰ উপৰি কৃষি খণ্ডৰ ক্ষয়-ক্ষতি হ্রাস পাব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্রাণীক সুৰক্ষা দিয়াৰ বাবেও ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে। বানপানীৰ কৱলৰ পৰা এই উদ্যানখন যাতে সুৰক্ষিত কৰি ৰাখিব পৰা যায় তাৰ বাবে মথাউৰি নিৰ্মাণৰ অগ্ৰগতিৰ তেওঁ প্রত্যক্ষভাৱে বুজ লৈছে।

এই কাম সময়মতে সম্পূর্ণ হৈ উঠিলে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণ ৰক্ষা পৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কৰ’না ভাইৰাছৰ বিৰুদ্ধে জাতি-ধর্ম-ভাষাবর্ণ নির্বিশেষে সকলাে শ্ৰেণীৰ জনসাধাৰণক সতর্ক আৰু সজাগ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আগন্তুক দিনত ৰাজ্য চৰকাৰে আৰম্ভ কৰা সকলাে কাম যাতে সময়মতে সম্পূর্ণ হৈ উঠে সেই ক্ষেত্ৰত সাংবাদিকসকলৰ সহযােগিতা বিচাৰে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে দেশৰ অর্থনৈতিক ক্ষেত্ৰখনক পুনৰুজ্জীৱিত কৰাৰ বাবে অর্থনৈতিক পেকেজ ঘােষণাক আদৰণি জনাই মুখ্যমন্ত্ৰী সোনোৱালে কয় যে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ সমান্তৰালভাৱে অসমৰ অর্থনৈতিক অৱস্থা ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন কর্মপথাৰতৰ দৃঢ়তাৰে কাম কৰি যাব।

Tags: Featured2
Share4Tweet3Send

Related Posts

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx