ASSAM TIMES POST
গুৱাহাটী : কিছুসময় পূৰ্বে গুৱাহাটীত নতুনকৈ ক’ৰনাত আক্ৰান্ত হোৱা ১৫ জনক চিনাক্ত।সেই সকল হৈছে- সঞ্জীৱ কুমাৰ, চিপুজন নিছাদ, সুমীত কুমাৰ, অজয় কুমাৰ, শংকৰ শ্বাহ, সুবোধ কুমাৰ, মুকেশ সিং, গণি কেৱাট, বিদ্বেশ্বৰী ঠাকুৰ, প্ৰবীণ কুমাৰ ৰাও, কৃষ্ণ গুপ্তা, বিশ্বনাথ শ্বাহা, সুনীল ৰয়, প্ৰভাৱ আনন্দ আৰু লেখাৰু নিছাদ।গুৰুত্বপূৰ্ণ কথা এই যে আটাইকেইজন আক্রান্ত ফাঁচী বজাৰৰ।
দুদিন পূৰ্বে ফাঁচী বজাৰত ক’ৰনা আক্ৰান্ত মংৰো চাহানীৰ সংস্পৰ্শলৈ আহিছিল নতুনকৈ আক্রান্ত কেইজন।কোৱাৰেণ্টাইনত থকা অৱস্থাত নমুনা পৰীক্ষাত ধৰা পৰিছে ক’ৰনা আক্রান্ত কথা।













