ASSAM TIMES POST
নিউজ ডেস্ক:
বিশ্ব বেংকে ভাৰতৰ বাবে ১ বিলিয়ন মাৰ্কিন ডলাৰৰ সামাজিক সুৰক্ষা পেকেজ ঘোষণা কৰিছে। কৰোনা ভাইৰাছ মহামাৰীৰ বাবে সমগ্ৰ দেশজুৰি জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ সৈতে মোকাবিলাৰ বাবে এই পুঁজি যোগান ধৰিছে। এই পেকেজৰ জৰিয়তে চৰকাৰী আঁচনি ৰূপায়ণ হ’ব বুলি সূত্ৰত প্ৰকাশ।













