ASSAM TIMES POST
ৰাজ্যত পুনৰ তিনিজন ক’ৰনা আক্রান্ত।দুজন কামৰূপ(ম) ধৰা পৰিছে আক্রান্ত । সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰ এজন আৰু গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ এগৰাকীৰ ৰোগী । ইফালে অন্যজন আক্রান্ত ইতিমধ্যে কলিকতালৈ ঘূৰি গৈছে ।

এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।উল্লেখ যে ৰাজ্যত ৮৯জনলৈ বৃদ্ধি পালে আক্রান্ত ।














