ASSAM TIMES POST
নিউজ ডেস্কঃ
ৰাজ্যত পুনৰ ২জন লোকৰ দেহত ধৰা পৰিছে ক’ৰনা ভাইৰাছ।আলু গুডামৰে জড়িত আছিল লোক ২জন।স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে।


উল্লেখ যে ৰাজ্যত মুঠ আক্রান্ত সংখ্যা ৯১ জনলৈ বৃদ্ধি পালে।
নাপিত আৰু ঠেলা চালক কোভিড-১৯ নতুনকৈ আক্রান্ত দুজন
পৰিচয় ওলাইছে গুৱাহাটী নতুনকৈ ক’ৰনাত আক্রান্ত দুজনৰ।আক্রান্ত দুজন গুৱাহাটী কুমাৰপাৰাৰ।এজন আক্রান্ত নাপিত বিপৰীতে এজন ঠেলা চালক।উল্লেখ যে ফাঁচী বজাৰৰ

আলুগুদামৰ সৈতে সম্পৰ্ক আছিল দুয়োজনৰ।আক্রান্ত দুয়োজনৰ নাম হৈছে মহেন্দ্ৰ সাহ(৫৭) আৰু সুমন ঠাকুৰ(২০)। উল্লেখ যে ৰাজ্যত মুঠ আক্রান্ত সংখ্যা ৯১ জনলৈ বৃদ্ধি পালে।













