ASSAM TIMES POST
নিউজ ডেক্স
প্ৰতিমুহূৰ্তত বৃদ্ধি পাইছে ৰাজ্যত ক’ৰনা আক্রান্ত সংখ্যা।যোৰহাটত এটি ৯ বছৰীয়া লৰা শিশু আক্ৰান্ত হৈছে ক’ৰনা ভাইৰাছত।

দিল্লী পৰা আহিছিল শিশুটি।যোৰহাট মেডিকেল কলেজ হাস্পতালৰ তিনি নম্বৰ ৱাৰ্ডত আছে কণমানিটি।এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।উল্লেখ যে ৰাজ্য ৯৬ জনলৈ বৃদ্ধি পালে আক্রান্ত সংখ্যা।













