ASSAM TIMES POST
নিউজ ডেক্স:
অসমত ক’ৰনা আক্রান্ত শতকৰ ঘৰ অতিক্ৰম কৰিবলৈ আৰু মাত্ৰ তিনিজন বাকী।কিছু সময় পূবে পুনৰ ৰাজ্যত ধৰা পৰিছে এজন ব্যক্তি ক’ৰনা আক্রান্ত।কাছাৰৰ এজন ২৮ বছৰীয়া ব্যক্তি দেহত ধৰা পৰিছে ক’ৰনা ভাইৰাছ।

চেন্নাই পৰা শনিবাৰে কাছাৰলৈ আহিছিল লোকজন।বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতাল চিকিৎসা চলি আছে ব্যক্তিজনৰ।এই কথা সদৰী কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যত ৯৭জনলৈ বৃদ্ধি পালে আক্রান্ত সংখ্যা।













