ASSAM TIMES POST
নিউজ ডেস্ক :
দেশত ৩১মে’লৈ বৃদ্ধি হ’ব লকডাউন।তৃতীয় পৰ্যায়ৰ লকডাউন আজি অন্ত পৰিব।সোমবাৰ পৰা চতুৰ্থ পৰ্যায়ৰ লকডাউন দেশত আৰম্ভ হ’ব।উল্লেখ আজি ৰাতি ৯ বজাত কেন্দ্ৰীয় কেবিনট সচিবৰ বৈঠকৰ পিছতে আনুষ্ঠানিক ভাৱে ঘোষণা হব চতুৰ্থ পৰ্যায়ৰ লকডাউন।
গুৰুত্বপূৰ্ণ কথা এই যে পূৰ্বত কৈ আৰু শিথিল হোৱাৰ সম্ভাৱনা আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন।কেন্দ্ৰীয় কেবিনেট সচিবৰ বৈঠকত ৰাজ্য সমূহৰ সৈতে কৰা হব আলোচনা।
তাৰ পিছতে নতুন নিৰ্দেশনা প্ৰকাশ কৰিব চতুৰ্থ পৰ্যায়ৰ লকডাউন।উল্লেখ কথা এই যে ইতিমধ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা কেন্দ্ৰক ৩১মে’লৈ লকডাউন বৃদ্ধিৰ বাবে পৰামৰ্শ আগবঢ়াইছে।













