ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

প্ৰব্ৰজিত শ্ৰমিকৰ সংস্থাপনৰ সন্দৰ্ভত সোনোৱালৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক

ASSAM TIMES POST by ASSAM TIMES POST
May 17, 2020
Reading Time: 1 min read
A A
0
প্ৰব্ৰজিত শ্ৰমিকৰ সংস্থাপনৰ সন্দৰ্ভত সোনোৱালৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক

0 1 e1574345654996 6 1 2 2 14 9 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

নিউজ ডেক্স

বহিৰাজ্য পৰা উভতি অহা ৰাজ্য প্ৰব্ৰজিত শ্ৰমিক সকলক পুনৰ সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰী অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰীৰ বাসগৃহ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠক খনত উপস্থিত থাকে ঔদ্যোগিক মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে, মূখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী,আইন উপদেষ্টা শান্তনু ভৰালী প্ৰমুখ্যে বহুকেইজন বিষয়া।

অসমলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিক সকলক এমজিএনৰেগাৰ অধীনত জব কাৰ্ড প্ৰদানৰ লগতে কামৰ আৱন্টন কৰিবলৈ পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সোনোৱালে।লগতে শ্ৰমিক সকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ দক্ষতা উন্নয়ন বিভাগক নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ যে লকডাউনৰ বাবে বহিৰাজ্যত কৰ্মহীন হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ শ্ৰমিক।সেই সকল শ্ৰমিকক এক ডিজিটেল প্লেটফৰ্মৰ মাধ্যমেৰে শ দক্ষতা চিহ্নিত কৰি খণ্ড উন্নয়ন পৰ্যায়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে যাৱতীয় পদক্ষেপ লবলৈ তেওঁ কয়।

ইফালে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ জৰিয়তে যাতে ৰাজ্যৰ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া খণ্ড উদ্যোগ সমূহ সৰ্বাধিক লাভান্বিত হয় তাৰ বাবে জিলাভিত্তিক তালিকা তথা বৰ্তমান তেনে উদ্যোগ সমূহৰ অৱস্থাৰ প্ৰতিবেদন যুগুত কৰিবলৈ উদ্যোগ বিভাগক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।প্ৰব্ৰজিত শ্ৰমিক সকলক উৎপাদনমূলক কাম-কাজত জড়িত হ’বৰ বাবে বেংকে যাতে ঋণ প্ৰদান কৰে সেই বিষয়ে বেংক সমূহৰ সৈতে আলোচনা কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ প্ৰদান কৰিছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx