ASSAM TIMES POST
নিউজ ডেস্ক :
অৱশেষত ১০০ঘৰত অসমত কৰোনা আক্রান্ত প্ৰৱেশ।পুনৰ তিনিজন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯।তিনিওজনেই বহিঃৰাজ্যৰ পৰা আহি সৰুসজাইৰ কোৱাৰেনটাইন কেন্দ্রত আছিল।
ইয়াৰে দুজন মুম্বাইৰ পৰা আৰু এজন বিহাৰৰ পৰা আহিছিল।টুইটাৰ জৰিয়তে সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।













