ASSAM TIMES POST
নিউজ ডেস্ক :
ৰাজ্যত বৃদ্ধি পাইছে “কভিড” আক্ৰান্ত্ৰ ৰোগীৰ সংখ্যা। শেহতীয়াকৈ আকৌ দুজন ব্যক্তিৰ গাত ধৰা পৰিছে “ক’ৰ’ণা ভাইৰাছ”। বৰ্তমান ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ১০২ জন।

ইয়াৰে এজন যোৰহাটৰ আৰু আনজন হৈছে নগাঁৱত। উল্লেখ্য যে, উক্ত দুয়োগৰাকী ব্যক্তিক ৰখা হৈছিল কোৱাৰেন্টাইনত। নগাঁৱৰ লোকজনৰ নাম আজিজুল হক ৰহমান আৰু আনজন হৈছে যোৰহাটৰ তিতাবৰৰ সুদীপ বুঢ়াগোঁহাই।













