ASSAM TIMES POST
ডিজিটেল ডেস্ক:
ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰনা আক্রান্ত ঘটনাৰ।আক্ৰান্ত সংখ্যা ১০২ লৈ গতি কৰা সময়তে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল মৃত্যু হৈছে এগৰাকীৰ ক’ৰনা আক্রান্ত।গোবিন্দ্ৰ চন্দ্ৰ মালাকাৰ(৭১)কৰ্কট ৰোগত আক্রান্ত লোকজন আজি দিনৰ ১১.০৫বজাত মৃত্যু হয়।মুম্বাই পৰা ঘূৰি অহাৰ পিছতে ক’ৰনাত আক্রান্ত হৈছিল লোকজন।ডিঙি কৰ্কট ৰোগৰ চিকিত্সাৰ বাবে মুম্বাইলৈ গৈছিল।এই কথা সদৰী কৰিলে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ যে ৰাজ্যত কৰনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩জনলৈ বৃদ্ধি পালে।













