ASSAM TIMES POST
নিউজ ডেস্ক
কাছাৰত পুনৰ দুজন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯।কিছু সময় পূৰ্বে টুইটাৰ জৰিয়তে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।ৰাজ্যত আক্রান্ত সংখ্যা ১০৬ জনলৈ বৃদ্ধি পালে।ইফালে ৪১জন ব্যক্তি সুস্থ হৈছে।৬০জন বৰ্তমান চিকিৎসালয়ত আছে।তিনিজন মৃত্যু হৈছে।













