ASSAM TIMES POST
ভয়ংকৰভাৱে বৃদ্ধি ক’ৰণাত আক্ৰান্তৰ সংখ্যা অসমত ।শেহতীয়াকৈ আৰু দুজন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ। গোলাঘাটত দুজন লোকৰ দেহত পোৱা গৈছে এই ভাইৰাছৰ অৱস্থিতি।
এই কথা সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইপৰ্যন্ত অসমত ক’ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০৮জন।













