ASSAM TIMES POST
গুৱাহাটীত পুনৰ ৭গৰাকী লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত। তিনিগৰাকী আলু গুদামেৰে সংযুক্ত,তিনিগৰাকী সৰুসজাই কোৱাৰেণ্টাইনত আছিল আৰু এগৰাকী আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন।
তেওঁৰ ইতিমধ্যেই মৃত্যু ঘটিছে।অসমত ক’ৰোনাত চতুৰ্থজন ব্যক্তিৰ মৃত্যু। মেডিকেল কলেজ হাস্পতালত ৰোগ ধৰা পৰাৰ পূৰ্বেই মৃত্যু হয়। অসমত মুঠ আক্ৰান্ত ১১৫ জনলৈ বৃদ্ধি













