ASSAM TIMES POST
সাৱধান! ক্ৰমাত্ জটিল হৈছে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি। অসমত আৰু ৬জন নতুন কোৰোণা ৰোগী চিনাক্ত। দুজন যোৰহাট, দুজন গোলাঘাট এজন কোকৰাঝাৰ আৰু এজন নগাঁও। সকলো কোৱাৰানটাইনত থকা ৰোগী।অসমত মুঠ আক্ৰান্ত ১২১ জনলৈ বৃদ্ধি।এই কথা টুইটাৰযোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।














