ASSAM TIMES POST
ডিজিটেল ডেস্ক:
ৰাজ্যত বৃদ্ধি পাইছে “কভিড” আক্ৰান্ত্ৰ ৰোগীৰ সংখ্যা। শেহতীয়াকৈ আকৌ ১৪ জন ব্যক্তিৰ গাত ধৰা পৰিছে “ক’ৰ’ণা ভাইৰাছ”। বৰ্তমান ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ১৩৫ জন।

ইয়াৰে ৭ জন কামৰূপৰ, ২ জন হোজাই, ২ জন বিশ্বনাথৰ, ২ জন নলবাৰীৰ আৰু বাকী থকা ১ গৰাকী হৈছে নগাঁও জিলাৰ।













