ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফু মছজিদত ৰাজহুৱাকে ঈদ-উল-ফিটৰৰ নামাজ নপঢ়াৰ সিদ্ধান্ত ডিফু মছজিদ কমিটিৰ : ঘৰতে তিনি-চাৰিজনীয়া ক্ষুদ্ৰ জামাতত ঈদৰ নামাজ আদায়ৰ আহ্বান

News Desk by News Desk
May 19, 2020
Reading Time: 1 min read
A A
0
ডিফু মছজিদত ৰাজহুৱাকে ঈদ-উল-ফিটৰৰ নামাজ নপঢ়াৰ সিদ্ধান্ত ডিফু মছজিদ কমিটিৰ : ঘৰতে তিনি-চাৰিজনীয়া ক্ষুদ্ৰ জামাতত ঈদৰ নামাজ আদায়ৰ আহ্বান

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

ডিফু : সংযম, কষ্ট আৰু ত্যাগেৰে মাহজোৰা পৱিত্ৰ ৰমজানৰ ৰোজা পালন কৰাৰ পিছত অহা ২৪ মে’ত হ’ব পৱিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ ৷ কিন্ত্ত ক’ভিড 19ৰ মহামাৰী ৰূপৰ বাবে ভাৰতৰ আগশাৰীৰৰ ইছলামিক সংগঠনসমূহে দেশজোৰা চৰকাৰে আহ্বান জনোৱা লকডাউনৰ প্ৰতি সম্মান জনাই মছজিদ বা ঈদগাহৰ বৃহৎ জামাতৰ সলনি ক্ষুদ্ৰ ক্ষুদ্ৰ জামাতেৰে নিজ গৃহতে এইবাৰ ঈদ-উল ফিটৰৰ নামাজ আদায় কৰিবলৈ ইছলাম ধৰ্মালম্বী লোকসকললৈ আহ্বান জনাইছে ৷

এইলৈ ডিফু মছজিদ কমিটিয়েও এইবাৰ ডিফু মছজিদত সমূহীয়া ঈদ- উল- ফিটৰৰ নামাজ আদায় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ডিফু মছজিদ কমিটিয়ে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সিদ্ধান্ত মৰ্মে কোনো ব্যক্তিয়ে মছজিদ ঘৰৰ ভিতৰত ঈদৰ নামাজ পঢ়িব নোৱাৰিব, মছজিদ চৌহদৰ লোকেও মছজিদৰ ভিতৰত নামাজ আদায় কৰিব নোৱাৰিব, সামাজিক দূৰত্ব পালনত অসম্ভৱ হোৱা ডাঙৰ জামাতত নামাজ পঢ়াত বাধা আৰোপ কৰা হৈছে লগতে ই বৰ্তমান পৰিস্থিত আইনত দণ্ডনীয় বুলি কোৱা হৈছে ৷

ঈদৰ নমাজত নিম্নতম তিনিজন জামাতীৰ প্ৰয়োজন ৷ নামাজ পঢ়োৱাৰ দক্ষতা থকা যি কোনো লোকে ইমামতি কৰিব পাৰিব ৷ খুতবাৰ বাবে চুটি চুটি ছুৰা ব্যৱহাৰ কৰাৰ লগতে আল্লাহ আকবাৰ, আল্লাহ আকবাৰ লা ই লাহা ইলাল্লাহু আল্লাহু আকবাৰ ওৱা লিল্লাহিল হামদ্ পঢ়িলেও ঈদৰ নামাজ আদায় হ’ব ডিফু মছজিদ কমিটিৰ সাধাৰণ সম্পাদক মজাহাৰুল ইছলামে জানিবলৈ দিছে৷

Tags: Featured
Share226Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
ADVERTISEMENT
KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026
50
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭
National-International

Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

August 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx