ASSAM TIMES POST
ৰাজ্যত পুনৰ ৬জন লোকৰ দেহত কভিড-১৯।তিনিজন গুৱাহাটী, কৰিমগঞ্জত দুজন, সৰুহজাই কোৱাৰেণ্টাইনত এজন।গুৱাহাটীত দুজন সোমবাৰে গুৱাহাটী মেডিকেল কলেজৰ হাস্পতালত মৃত্যু হোৱা কোভিড- ১৯আক্রান্ত কৰ্কট ৰোগী গৰাকীৰ পত্নী আৰু কন্যা।

এই কথা সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যত মুঠ ১৪১জনলৈ বৃদ্ধি পালে আক্রান্ত।আজি দিনটোত ২৬ জনলৈ বৃদ্ধি পালে আক্রান্ত।













