ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ভিড19 আক্ৰান্ত থকা ডিফুৰ সিংহাসন হোটেল ছেনিটাইজ কৰে ডিফু পৌৰ সভাই : আতংকিত নহ’বলৈ আহ্বান স্বায়ত্তপৰিষদৰ সদস্য তুলিৰাম ৰংহাঙৰ

News Desk by News Desk
May 19, 2020
Reading Time: 1 min read
A A
0
ক’ভিড19 আক্ৰান্ত থকা ডিফুৰ সিংহাসন হোটেল ছেনিটাইজ কৰে ডিফু পৌৰ সভাই : আতংকিত নহ’বলৈ আহ্বান স্বায়ত্তপৰিষদৰ সদস্য তুলিৰাম ৰংহাঙৰ

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

ডিফু : যোৱা নিশা ডিফুৰ অভিজাত্য হোটেল সিংহাসনত ক’ভিড 19 আক্ৰান্ত ৰোগীৰ কথা পোহৰলৈ অহাৰ পিছত চহৰবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছিল যদিও কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই ৰাইজক আতংকিত নহৈ অধিক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ৷ আজি পুৱাৰ ভাগত ডিফু পৌৰ সভাৰ উদ্যোগত অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে হোটেল সিংহাসনৰ চৌহদ আৰু পাৰ্শৱৰ্তী পদপথসমূহ ছেনিটাইজেন কৰা পৰিলক্ষিত হয় ৷

উল্লেখ যোগ্য যে, ক’ভিড19 ৰ ক্ষেত্ৰত পাহাৰীয়া জিলা কাৰবি আংলঙে গ্ৰীণ জ’নৰ সুনাম ধৰি ৰখাৰ ক্ষেতত যতি চিহ্ন আহি পৰাৰ লগতে শেহতীয়াকৈ ৰাজ্যৰ ক’ভিড19 আক্ৰান্তৰ তালিকাত সংযোজন হ’ল চেন্নাই ফেৰৎ কাৰবি আংলঙৰ যুৱকৰ নাম ৷ যুৱকজন পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ ডিলাইৰ বুলি জানিব পৰা গৈছে। যুৱকজন চেন্নাইত কৰ্মৰত আছিল আৰু বিশেষ ৰে’ল সেৱাৰ যোগে ১৬ তাৰিখে গুৱাহাটীত উপস্থিত হয় তাৰ পিছতে কাৰ্বি আংলংৰ জিলা সদৰ ডিফুলৈ লৈ অনা হৈছিল। ডিফুৰ হোটেল সিংহাসনত quarantineত ৰখা হৈছিল যুৱকজনক । যুৱকজনৰ সৈতে গুৱাহাটীৰ পৰা ডিফুলৈ একেখন বাছতেই আন ৬ জন লোক আৰু আহিছিল তেওঁলোক বৰ্তমান হোটেল সিংহাসনতেই quarantine কৰি ৰখা হৈছে । যুৱকজনৰ নাম প্ৰেম তামাঙ । যুৱক জনক ইতিমধ্যে গুৱাহাটীৰ MMCH ত ভৰ্তি কৰোৱা হৈছে । এইলৈ ডিফু চহৰত চেঁপা উত্তেজনাই বিৰাজ কৰিছে ৷

আনহাতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ছ’চিয়েল মেডিয়াযোগে জনাইছে যে, ক’ভিড 19 ত আক্ৰান্ত যুৱকজন তামিলনাডুত কৰ্মৰত আছিল আৰু ১৬ মে’ত চেন্নাইৰ পৰা 06144 ট্ৰেইন যোগে গুৱাহাটীলৈ আহে ৷ তাৰ পিছত অইন ২২ জন যুৱকৰ সৈতে বোকাজান মহকুমাৰ ডিলাইৰ নিবাসী ২৪ বছৰীয়া প্ৰেম তামাঙকো AS02 AC 7377 নম্বৰৰ বাছেৰে ডিফুলৈ আনি ডিফু মেডিকেল কলেজ আৰু হাস্পাতালত প্ৰয়োজনীয় স্বাস্থ পৰীক্ষা কৰি ডিফু সিংহাসন হোটেলত কোৱাৰেণ্টাইনত ৰাখে ৷ শেহতীয়াকৈ যুৱক গৰাকী ক’ভিড 19 পজিটিভ পোৱা বুলি জানিব পাৰি স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে যুৱকগৰাকীক এমএমচিলৈ চ্কিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷ এইলৈ ৰাইজক আতংকিত নহে সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

আনহাতে পাহাৰীয়া জিলাখনত চেন্নাই ফেৰত যুৱকগৰাকীৰ গাত ক’ভিড পজিটিভ পোৱাৰ পিছত জিলা প্ৰশাসনে জিলাখনৰ প্ৰতিটোকোৱাৰেণ্টাইন চেণ্টাৰত সতৰ্কতা অৱলম্বন কৰাৰ বাবে আদেশ দিয়াৰ লগতে প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে ৷ জানিব পৰা মতে ডিফুৰ কোৱাৰেণ্টাইন চেণ্টাৰত বৰ্তমান মুঠ ১২৪ জন লোক কোৱাৰেণ্টাইন আছে ৷ ইয়াৰে ৮৪ জন চহৰখনৰ বিভিন্ন হোটেলত থকাৰ বিপৰীতে বাকী বাকী ৪০জন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিবহন বিভাগৰ ১২ কিল’স্থিত ৱৰ্কশ্বপ আৰু ফাৰ্মাৰ্চ হোষ্টেলত আছে৷

Tags: Featured
Share8Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
ADVERTISEMENT
KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026
50
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭
National-International

Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

August 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx