ASSAM TIMES POST
ৰাজ্যত পুনৰ তিনিজন কভিড-১৯ আক্রান্ত।গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্রত নতুনকৈ আক্রান্ত তিনিজন। এই কথা টুইটাৰযোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত ১৫৭জনলৈ বৃদ্ধি পালে আক্রান্ত সংখ্যা।ৰাজ্যখনত কেৱল মঙলবাৰৰ দিনটোতে ৪২জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।













