ASSAM TIMES POST
নিউজ ডেস্ক:
আটক হোৱা যুৱক জন মুম্বাইৰ পৰা আহিছিল অসমলৈ।হোজাই জয়ানগৰৰ পৰা আটক কৰা হয় যুৱক জনক।যুৱক জনাৰ নাম ছহিদুল আলম।যুৱক জনৰ দেহত পোৱা গৈছিল কোভিড ১৯ পজিটিভ।
যুৱক জনৰ শ্বায়াব পৰীক্ষাৰ পিছত ধৰা পৰিছিল কোভিড ১৯ পজিটিভ।
কোভিড ১৯ পজিটিভ হোৱাৰ পিছতো পলায়ন কৰিছিল কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা।
পলাতক ছহিদুল আলমক মঙ্গলবাৰে নিশা হোজাই জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে আটক কৰি লৈ যায়।
এই লৈ জয়ানগৰ অঞ্চল তীব্ৰ চাঞ্চল সৃষ্টি হৈছে।













