ASSAM TIMES POST
অসমত পুনৰ আৰু ১৫জন লোকৰ দেহত ধৰা পৰিল কোভিড-১৯।ইয়াৰে কোৰোনাত আক্ৰান্ত ১৪জন সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰৰ বুলি জানিব পৰা গৈছে।ইফালে, এজন কৰিমগঞ্জৰ লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।কৰিমগঞ্জত কোৱাৰেন্টাইন চেন্টাৰত আছিল লোকজন।অসমত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৮৫জনলৈ বৃদ্ধি।













