ASSAM TIMES POST
আকৌ নতুনকৈ তিনিজন ক’ৰোনা ৰোগী বৰপেটা মেডিকেল কলেজত চিনাক্ত। মাজনিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাইছে।ৰাজ্যত এতিয়ালৈকে ১৮৮ জনৰ দেহত ধৰা পৰিল ক’ৰোনাৰ অৱস্থিতি। তাৰে ৪৮ জন আৰোগ্য হৈ উঠাৰ বিপৰীতে এক্টিভ কেচ আছে ১৩৩টা

Alert ~ Three new #COVID19 positive cases confirmed at Barpeta Medical College, where the tests were done.
↗️Total cases 188
↗️Recovered 48
↗️Active cases 133
↗️Deaths 04
↗️Migrated 03Update 12:10 am / May 21#AssamCovidCount pic.twitter.com/jLdFeMMsye
— Himanta Biswa Sarma (@himantabiswa) May 20, 2020
© 2020 Assam Times Post. | Powered By Webx