ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আমফানত বিধ্বস্ত পশ্চিমবঙ্গ : মৃত্যু প্ৰায় ১২জনৰ

Staff Reporter by Staff Reporter
May 21, 2020
Reading Time: 1 min read
A A
0
আমফানত বিধ্বস্ত পশ্চিমবঙ্গ : মৃত্যু প্ৰায় ১২জনৰ

A man looks out as waves hit a breakwater at Kasimedu fishing harbour in Chennai on May 19, 2020, as Cyclone Amphan barrels towards India's eastern coast. - Millions of people were being moved to safety on May 19 as one of the fiercest cyclones in decades barrelled towards India and Bangladesh, with evacuation plans complicated by coronavirus precautions. Both countries are under various stages of lockdown because of the disease, with infections still surging. (Photo by Arun SANKAR / AFP) (Photo by ARUN SANKAR/AFP via Getty Images)

0 1 e1574345654996 6 1 2 2 14 10 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

নিউজ ডেস্ক:

মাহ দিয়েক পূৰ্বে বঙ্গত তাণ্ডৱ চলাইছিল ঘূৰ্ণিবতাহ বুলবুলে। এইবাৰ তাতে যোগ দিলে আমফানে। আমফানৰ তাণ্ডৱত ধ্বংস হৈ গৈছে বঙ্গ। বুধবাৰে মন্ত্ৰী পৰিষদৰ লগত বহি এনেকুৱা এটাই জনালে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে। তেওঁ জনায়, ধুমুহাৰ সম্পূৰ্ণখিনিয়ে বঙ্গৰ ওপৰেদিয়ে গৈছে। ইয়াৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ গৈছে। প্রচুৰ ক্ষয়ক্ষতি হৈছে। কমপক্ষেও ১০-১২ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে বুলিও জনায় মুখ্যমন্ত্রীয়ে।

আমফানৰ প্রভাৱত মঙ্গলবাৰৰ পৰা বৃষ্টিপাত আৰম্ভ হৈছিল ৰাজ্যৰ বিভিন্ন জিলাত। বুধবাৰে সেয়া চৰম আকাৰ ধাৰণ কৰে। গোটেই দিন বৰষুণ আৰু ধুমুহা। সন্ধ্যা ৬.৩০টাত সুন্দৰবনত আমফানে খুন্দা মাৰি পৰিস্থিতি চৰম আকাৰ ধাৰণ কৰে। সন্ধ্যা ৭.২০ত কলকাতাত আমফানৰ গতিবেগ আছিল সর্বোচ্চ, ঘণ্টাত ১৩৩ কিলোমিটাৰ। ৮টাৰ পিছত পৰিস্থিতি কিছু শান্ত হ’লেও, বিপদ সম্পূৰ্ণ আঁতৰা নাই বুলি উল্লেখ কৰে মমতাই।
আনহাতে, ধ্বংসৰ সামগ্ৰিক ছবিখন বুজিবলৈ ১০-১২ দিন লাগিব বুলিও তেওঁ প্ৰকাশ কৰে।

Share4Tweet3Send

Related Posts

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
ADVERTISEMENT
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx