ASSAM TIMES POST
প্ৰতিদিনাই ৰাজ্যত বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।নতুনকৈ আকৌ ৮ জনৰ দেহত ধৰা পৰিছে কোভিড–১৯ৰ অৱস্থিতি। নতুনকৈ চিনাক্ত হোৱা সকলৰ ভিতৰত ৩ জন কোকৰাঝাৰৰ, ২ জনকৈ শিৱসাগৰ আৰু ধুবুৰীৰ আৰু ডিব্ৰুগড়ৰ এজন। এই কথা টুইটাৰযোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।













