ASSAM TIMES POST
পুনৰ আকৌ নতুনকৈ ৪ জন ক’ৰোনা ৰোগী চিনাক্ত। ৰাজ্যত এতিয়ালৈকে ২০৩ জনৰ দেহত ধৰা পৰিল ক’ৰোনাৰ অৱস্থিতি। তাৰে ৪৮ জন আৰোগ্য হৈ উঠাৰ বিপৰীতে এক্টিভ কেচ আছে ১৪২টা ।আটাইকেইজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ আছিল। ইয়াৰে দুজন পশ্চিম কাৰ্বি আংলঙৰ আৰু এজনকৈ দৰং আৰু ওদালগুৰিৰ। এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই।













