ASSAM TIMES POST
অসমত পুনৰ ৭ গৰাকী লোকৰ দেহত ক’ৰোনা ভাইৰাছ ।ক’ৰোনাত আক্ৰান্ত আটাইকেইজনেই তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত আছিল।ইয়াৰে ৫গৰাকী শোণিতপুৰ জিলাৰ আৰু আন ২ গৰাকী লখিমপুৰ জিলাৰ।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই তথ্য সদৰি কৰিছে।ৰাজ্যত এতিয়ালৈকে ২১০ জনৰ দেহত ধৰা পৰিল ক’ৰোনাৰ অৱস্থিতি। মৃত্যু হৈছে ৪ গৰাকীৰ।ইফালে আৰোগ্য হৈছে ৫৪ গৰাকী লোক।













