ASSAM TIMES POST
নিউজ ডেস্ক:
শিৱসাগৰৰ পুনৰ দুজন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯।আক্ৰান্ত লোক দুজন যোৰহাট কোৱাৰেণ্টাইন চেণ্টাৰত আছে।সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ যে ৰাজ্যখনত মুঠ আক্রান্ত ২১৪ জনলৈ বৃদ্ধি।

© 2020 Assam Times Post. | Powered By Webx