ASSAM TIMES POST
নিউজ ডেস্ক:
পুৱাই ৰাজ্যত আৰু ৭ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰনা ভাইৰাছ উপস্থিতি।সৰুহজাই কোৱাৰেণ্টাইন কেন্দ্ৰত ধৰা পৰিছে আক্রান্ত ৬জন।তেওঁলোক হোজাই।অন্য এজন ধুবুৰীত কোৱাৰেণ্টাইন হৈ আছে।এই কথা সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত ২৬৬জনলৈ বৃদ্ধি পালে আক্রান্ত মুঠ সংখ্যা।













