ASSAM TIMES POST
ৰাজ্যত আৰু ১০জন ক’ৰোনা আক্রান্ত।আজি দিনটোত ৭০জনলৈ বৃদ্ধি মুঠ আক্রান্ত। মৰিগাঁও ৪জন, নলবাৰী ২জন আৰু নগাঁও, হোজাই, গোলাঘাট আৰু যোৰহাট জিলাত ১জনকৈ চিনাক্ত।
এই কথা সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ যে আজি দিনটোত সৰ্বাধিক বৰ্তমান পয্যন্ত ৭০ জনলৈ ৰাজ্যত বৃদ্ধি পাইছে ক’ৰোনা আক্রান্ত।ৰাজ্যত মুঠ আক্রান্ত ৩২৯ জনলৈ বৃদ্ধি।













