ASSAM TIMES POST
অসমত পুনৰ বৃদ্ধি মাৰাত্মক ভাইৰাছৰ অৱস্থিতি। ৰাজ্যত আৰু ৮জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যত ৩৫৮জনলৈ বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।ইয়াৰে ৫৭জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে। ইফালে, ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৯৪জনকৈ লোক।













