ASSAM TIMES POST
দ্ৰুত ভাৱ ৰাজ্যত বৃদ্ধি পাইছে ক’ৰোণা আক্রান্ত ঘটনা।নতুনকৈ পুনৰ ১৪জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছ। হোজাই ৫জন, কামৰূপ ৫জন, কামৰূপ(ম) ২জন, নগাঁও ১জন আৰু পূৱ কাৰ্বি আংলং ১জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছ।এই কথা সদৰী কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।৩৯২জনলৈ ৰাজ্যত বৃদ্ধি পালে মুঠ আক্রান্ত সংখ্যা।













