অসমত পুনৰ বৃদ্ধি মাৰাত্মক ভাইৰাছৰ অৱস্থিতি। দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ৰাজ্যত নতুনকৈ ৩৯জনৰ দেহত ধৰা পৰিছে ক’ৰোণাৰ অৱস্থিতি।
আটাইকেইজনৰে ছোৱাব টেষ্ট কৰাৰ আগতেই কোৱাৰেণ্টাইন কৰা হৈছিল।নতুনকৈ আক্ৰান্ত হোৱা সকলৰ ভিতৰত ৩৫ জন গোলাঘাটৰ, ৩ জন ধেমাজিৰ আৰু এজন নগাঁৱৰ। ইয়াৰ লগে লগে ৰাজ্যত ৪৬৬ জনলৈ বৃদ্ধি পালে কোৰোণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।













