ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জুলাই মাহৰ পৰা বিদ্যালয় খোলাৰ চিন্তা কেন্দ্ৰীয় চৰকাৰৰ

Staff Reporter by Staff Reporter
May 26, 2020
Reading Time: 1 min read
A A
0
জুলাই মাহৰ পৰা বিদ্যালয় খোলাৰ চিন্তা কেন্দ্ৰীয় চৰকাৰৰ

0 1 e1574345654996 6 1 2 2 14 10 2 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

নিউজ ডেস্ক:

লকডাউনৰ ফলত দেশত অন্যান্য খণ্ডৰ লগতে শিক্ষা খণ্ডতো ব্যাপক ক্ষতি হৈছে৷ ছাত্ৰ-ছাত্ৰীক ম’বাইল ফোনৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হৈছে৷ কিন্তু একাংশ ছাত্ৰ-ছাত্ৰী এনে শিক্ষা দানৰ পৰা বিৰত থাকিব লগা হৈছে৷ যিহেতু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালত নাই পাঠ গ্ৰহণ কৰিব পৰাকৈ উপযুক্ত ম’বাইল ফোন৷ এনে সময়তে কেন্দ্ৰীয় চৰকাৰে অহা জুলাই মাহত দেশৰ বিদ্যালয়সমূহ খোলাৰ চিন্তা-চৰ্চা কৰিছে। উল্লেখ্য যে যোৱা মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে বিদ্যালয়বোৰ৷ এই বিদ্যালয়বোৰ জ’ন হিচাপে খোলাৰ পৰিকল্পনা হাতত লৈছে। প্ৰথম অৱস্থাত গ্ৰীন আৰু অৰেঞ্জ জ’নত খোলা হ’ব বিদ্যালয়বোৰ। কিন্তু, বিদ্যালয়ত উপস্থিত থাকিব কেৱল ৩০ শতাংশ ছাত্ৰ–ছাত্ৰী। অষ্টম শ্ৰেণীলৈ ছাত্ৰ–ছাত্ৰীসকলে পূর্ণ পৰ্যায়ত বিদ্যালয় খোলালৈ অপেক্ষা কৰিব লাগিব।আনহাতে নৱম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাব পাৰিব৷ তদুপৰি কণ কণ শিশুসকলক ঘৰতে পঢ়িবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। বিদ্যালয় খোলাৰ সম্পৰ্কত নীতি–নিৰ্দেশনাসমূহক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এই সপ্তাহৰ অন্তিমফালে জাৰি কৰিব।

১৬ মাৰ্চৰ পৰা বন্ধ হৈ থকা বিদ্যালয়সমূহ খুলিলে ৩০ শতাংশ ছাত্ৰ–ছাত্ৰীৰ উপস্থিতিৰে দুটাকৈ ছিফ্টত পাঠদান হ’ব বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ৷ আনহাতে কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰে যিবোৰ নিৰ্দেশনা জাৰি কৰিব এই সকলোবোৰ মানিব লাগিব বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। বিশেষকৈ সামাজিক দূৰত্বৰ ওপৰত প্ৰদান কৰা হ’ব গুৰুত্ব। তিনিখন আসন থকা এখন বেঞ্চত বহিব পাৰিব কেবল দুজন শিক্ষাৰ্থী। ছাত্ৰ-ছাত্ৰীয়ে সামাজিক দূৰত্ব মানিছে নে নাই, এই সকলো চি চি টিভিত পৰ্যবেক্ষণ কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক নিৰ্দেশ প্ৰেৰণ কৰা হৈছে তদুপৰি প্ৰতিখন জিলাৰ শিক্ষা বিষয়া অথবা বিদ্যালয় পৰিদর্শকক সকলো দিশ চোৱা-চিতা কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে। আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিধান কৰিব লাগিব মাস্ক। উল্লেখযোগ্য যে ছিকিমৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয় ১৫ জুনৰ পৰা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Share7Tweet3Send

Related Posts

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
ADVERTISEMENT
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

August 8, 2026
50
Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured
NORTHEAST

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 8, 2026
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx