ASSAM TIMES POST
নিউজ ডেস্ক-
ৰাজ্যত পুনৰ দুজন লোকৰ দেহত ধৰা পৰিছে ক’ৰনা আক্রান্ত।নগাঁও জিলাত নতুনকৈ দুজন লোকৰ দেহৰ ধৰা পৰিছে ক’ৰনা ভাইৰাছ।এই কথা সদৰী কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত মুঠ আক্রান্ত সংখ্যা ৫৯৭লৈ বৃদ্ধি পালে।

© 2020 Assam Times Post. | Powered By Webx