ASSAM TIMES POST
অসমত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত সংখ্যা। পুনৰ ১৬গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰোনা।মঙলবাৰে মুঠ ১৩৪ কোৰোণা ৰোগী চিনাক্ত ।১৬গৰাকীৰ ভিতৰত ৬গৰাকী হোজাই আৰু গোলাঘাটৰ।দৰঙৰ ২গৰাকী আৰু কামৰূপ মেট্ৰ, কামৰূপ গ্ৰাম্যৰ একোজনকৈ লোক ক’ৰোনাত আক্ৰান্ত।ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬৮২লৈ বৃদ্ধি।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।













