ASSAM TIMES POST
হাজাৰৰ দিশে অসম ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা।পুনৰ ১০ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।ইয়াৰে ৯ গৰাকী চৰাইদেউ আৰু ১জন শিৱসাগৰৰ।ৰাজ্যত ক’ৰোনাত আক্ৰান্ত সংখ্যা ৭১৪লৈ বৃদ্ধি।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।













