ASSAM TIMES POST
ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা।পুনৰ ৬০গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত।ইয়াৰে ৪১জন কামৰূপ মেট্ৰ, ৯জন হোজাই, ৫জন মৰিগাঁও, ৪জন দৰং আৰু ১জন কামৰূপৰ।
এই পৰ্যন্তলৈকে অসমত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৭৭৪ জনলৈ বৃদ্ধি।ইফালে, বৰ্তমানেও ৭০৫জনকৈ লোক চিকিৎসাধীন হৈ আছে।আনহাতে, ক’ৰোনাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ৬২জন লোক













