ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলঙত পুনৰ বহিঃৰাজ্যৰ পৰা আন দুজন ক’ৰোনাত আক্ৰান্ত : পাৰ্বত্য জিলাত আক্ৰান্ত লোকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি

ASSAM TIMES POST by ASSAM TIMES POST
May 27, 2020
Reading Time: 1 min read
A A
0
কাৰবি আংলঙত পুনৰ বহিঃৰাজ্যৰ পৰা আন দুজন ক’ৰোনাত আক্ৰান্ত : পাৰ্বত্য জিলাত আক্ৰান্ত লোকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি

0 1 e1574345654996 6 1 2 2 14 11 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:

এজনো কৰ’ণাক্ৰান্ত নথকা তিনি পাৰ্বত্য জিলাত অস্বাভাৱিক ভাবে ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ক’ৰোনা ৰোগীৰ আক্ৰান্তৰ সংখ্যাই ৷ কালি বোকাজানত দুজনকৈ লোক ক’ভিড19 ত আক্ৰান্ত ৰোগীৰ খবৰ পোৱাৰ পিছত আজি পুণৰ কাৰবি আংলঙ জিলাৰ বকলীয়াঘাটত আন দুজন লোক ক’ভিড আক্ৰান্ত বুলি স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ পিছতে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

BBBB | ASSAM TIMES POSTBBBBBB e1590586201496 | ASSAM TIMES POST

ক’ভিড আক্ৰান্ত লোক বকলীয়াঘাটৰ ৰূকাচেন মহাবিদ্যালয়ৰ সমীপত কোৱাৰেণ্টাইন হৈ থকা বুলি জানিব পৰা গৈছে লগতে দুয়োগৰাকীৰ দেহত ক’ভিড 19 ৰ উপস্থিতি পোৱা গৈছে বুলি জানিব পৰা গৈছে ৷ নতুনকৈ আক্ৰান্ত যুৱক দুজন ক্ৰমে, তাৰাবাছাৰ ৰাজীৱ তেৰাঙ(২৪) আৰু আনজন মিৰ্দু পথাৰ মুৰা গাঁৱৰ বালা বাগলাৰী(২১) বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰে ৰাজীৱ তেৰাঙ হায়দৰাবাদৰ পৰা অহাৰ বিপৰীতে বালা বাগলাৰী আহিছিল চেন্নাইৰ পৰা ৷

দুয়ো ২১ মে’ত অসমলৈ অহাৰ পিছত ২২ মে’ৰ পৰা দুয়ো বকলীয়াঘাট কোৱাৰেণ্টাইন হৈ আছিল ৷ দুয়োৰে দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পেলোৱাৰ পিছত দুয়োকে চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পুৰণি বিল্ডিঙৰ ক’ৰোনা চিকিৎসা কোষলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় ৷

উল্লেখযোগ্যযে ইয়াকে লৈ তিনি পাৰ্বত্য জিলা ক’ৰোনা ত আক্ৰান্তৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে কাৰবি আংলঙত ৬ জন, পশ্চিম কাৰবি আংলঙত ৪ জন আৰু ডিমা হাচাওত ৭ জন ৷ পাৰ্বত্য জিলা তিনিখনৰ বৰ্দ্ধিত ক’ৰোনা ৰোগীয়ে সচেতন মহলক শংকিত কৰি তোলা পৰিলক্ষিত হৈছে ৷

Tags: Featured2
Share30Tweet3Send

Related Posts

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
ADVERTISEMENT
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx