ASSAM TIMES POST
ঘণ্টাত বৃদ্ধি হৈছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।ৰাজ্যত আৰু ৯জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।আক্ৰান্ত লোক কেইজন ক্ৰমে- ৫জন হোজাইৰ, ১জন নগাঁৱৰ, ১মৰিগাঁৱৰ, ১জন কামৰূপ মেট্ৰ’ৰ আৰু এজন যোৰহাটৰ।
৭৮৩জনলৈ বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।বৰ্তমান ৬৮৯জন ক’ৰোনাত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে।এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।













