ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যত পুনৰবাৰ নতুনকৈ আক্ৰান্ত হৈছে ১৫ জন। ইয়াৰে ১১ গৰাকী কামৰূপ মেট্ৰো’ ৰ, ৩ গৰাকী ডিব্ৰুগড়ৰ আৰু ১ গৰাকী হৈছে লখিমপুৰৰ।

ইয়াৰ সৈতে বৰ্তমান চিকিৎসাধীন লোকৰ সংখ্যা হৈছে ৭০৪ জন আৰু ৮৭ জন লোক বৰ্তমান সূস্থ হৈ উঠিছে।

© 2020 Assam Times Post. | Powered By Webx