ASSAM TIMES POST
লংকা: চোৰে দুখনকৈ ঘৰত চলাই এই চুৰি অভিযান। চুৰে তপন দাসৰ ঘৰৰ পৰা এখন পালচাৰ এন এছ ১৬০ বাইক চুৰ কৰি নিয়াৰ লগতে কাষেৰে উত্তম কুমাৰ দাসৰ ঘৰৰ পৰা লৈ যায় এটা পানীতোলা মটৰ। চুৰি হোৱা পালচাৰ বাইকখনৰ নম্বৰ AS-02-AA7397। ঘটনা সন্দৰ্ভত চুৰি বাইকৰ স্বতাধিকাৰীজনে বৰ্তমান লংকা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।













