ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ
তামিলনাডুৰ পৰা ০৬০৩৬ এল এম জি এক্সপ্ৰেছ ৰে’ল যোগে প্ৰায় ৪৮ জনীয়া গোলাঘাটৰ এটি দল আহি ফৰকাটিং জংছনত উপস্থিত হয়হি। তেওঁলোকক স্বোৱাব সংগ্ৰহৰ বাবে গোলাঘাট জি এন এম ট্ৰেইনিং চেন্টাৰলৈ নিয়াৰ ব্যৱস্থা কৰা হয়৷ এই সন্দৰ্ভত জানিবলৈ দিয়ে গোলাঘাট তদাৰক সমিতিৰ উপাধ্যক্ষ জয়ন্ত কুমাৰ গোস্বামীয়ে৷













