ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যত আকৌ এবাৰ ৩৮ গৰাকী লোক আক্ৰান্ত ক’ৰোণা ভাইৰাছত। ইয়াৰে ১৩ গৰাকী দৰঙৰ, ৯ গৰাকী ডিমা হাচাওঁ, ৭ গৰাকী নগাঁৱৰ, ৫ গৰাকী শোণিতপুৰৰ, ২ গৰাকী হাইলাকান্দিৰ, ২ গৰাকী কৰিমগঞ্জৰ।ইয়াৰে সৈতে বৰ্তমান ক’ৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা ২১৫৩ জন আৰু সুস্থ হৈছে ৪৫৯ জন।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।













