ASSAM TIMES POST
নিউজ ডেস্ক:
ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্ব ধাৰাবাহিকতা অব্যাহত ৰাখিলে নুনমাটি অসম জাতীয় বিদ্যালয়ে।মুঠ ১২৭গৰাকী ছাত্ৰ-ছাত্ৰী অৱৰ্তীন হোৱা বিদ্যালয় খনে ১০০% উত্তীণৰে পূর্ব ধাৰাবাহিকতা অব্যাহত ৰাখিলে।
৩৭গৰাকীয়ে লাভ কৰিছে দৃষ্টিংচন, ৪৯ গৰাকী ষ্টাৰ, ১১১ গৰাকী প্ৰথম বিভাগত উত্তীণ আৰু ১৬ গৰাকী দ্বিতীয় বিভাগত উত্তীণ হৈছে।ইফালে বিদ্যালয় খনৰ পৰা ৰাজ্য ভিতৰত নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে অন্যান্য মেধিয়ে।উল্লেখ ২০১৯বর্ষত দুগৰাকী মেধাৱীয়ে বিদ্যালয় খনৰ পৰা ৰাজ্য ভিতৰত শীর্ষ ১০ত থাকিবলৈ সক্ষম হৈছিল।













