ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হৃদৰোগ বা হাৰ্ট এটাকৰ পূৰ্বে শৰীৰে কি জাননী দিয়ে?

ASSAM TIMES POST by ASSAM TIMES POST
June 28, 2020
Reading Time: 1 min read
A A
0
হৃদৰোগ বা হাৰ্ট এটাকৰ পূৰ্বে শৰীৰে কি জাননী দিয়ে?

0 1 e1574345654996 6 1 2 5 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্ক:

আপুনি জানেনে হার্ট এটাকৰ এমাহ পূৰ্বৰ পৰাই শৰীৰে কিছু সতর্কতাৰ সংকেত দিবলৈ আৰম্ভ কৰে। ৭টা লক্ষণ আছে, যিবোৰ দেখা গ’লে বুজিব আপুনি শীঘ্ৰেই হার্ট এটাকত আক্রান্ত হ’বলৈ আগবাঢ়িছে। লক্ষণসমূহে দেখা দিলে দ্রুতভাৱে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

হৃদৰোগ:

Heart1 | ASSAM TIMES POST

১. অস্বাভাবিক ধৰণৰ শাৰীৰিক দুর্বলতা: ৰক্তপ্রবাহ কমি গ’লে আৰু ৰক্ত চলাচল বাধাগ্রস্ত হ’লে এনে হয়। ৰক্তৰ শিৰা-উপশিৰাবোৰত চর্বি জমা হৈ বাধা সৃষ্টি কৰিলে আৰু মাংসপেশী দুর্বল হৈ পৰিলে হৃদৰোগৰ প্রধানতম এই লক্ষণটি দেখা দিয়ে।

২. ৰিমজিমোৱা: দেহত ৰক্তৰ প্রবাহ কমি গ’লে ৰিমজিমনিও দেখা দিয়ে। মস্তিষ্কত ৰক্ত প্রবাহ কমি গ’লে ৰিমজিমনিৰ সৃষ্টি হয়।

৩. ঠাণ্ডা ঘাম: ৰক্তপ্রবাহ কমি গ’লে দেহত ঘাম ওলালে ঠাণ্ডা ভাব অনুভূত হ’ব।

৪. বুকৰ বিষ: বুকু, বাহু, পিঠি আৰু কান্ধত বিষ অনুভূত হ’লে তৎকালে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। বুকুত বিষ আৰু সংকোচন হৃৎপিণ্ডৰ অসুস্থতাৰ এটি ডাঙৰ লক্ষণ।

৫. শ্বাসকষ্ট: হাওঁফাওঁত পর্যাপ্ত পৰিমাণে অক্সিজেন আৰু ৰক্ত সৰবৰাহ ন’হলে এই ধৰণৰ সমস্যা দেখা দিয়ে। হার্টৰ সমস্যা থাকিলে হাওঁফাওঁত ৰক্ত চলাচল কমি যায়। আৰু শ্বাসকষ্ট বা শ্বাস চুটি হৈ অহাৰ দৰে সমস্যা দেখা যায়।

৬. ঠাণ্ডা বা ফ্লু: হার্ট এটাকৰ চিকাৰ অনেককেই এমাহ পূৰ্বৰ পৰা ঠাণ্ডা-চর্দি বা ফ্লুত আক্রান্ত হোৱা দেখা যায়।

৭. বমি, বদহজম, তলপেটত বিষ: বমিভাব, বদহজম, বুকু-হৃৎপিণ্ডত জ্বালাপোৰা কৰা বা তলপেটত বিষও বহু সময়ত হার্ট এটাকৰ পূর্ব লক্ষণ হ’ব পাৰে। গতিকে এই লক্ষণবোৰ দেখা দিলে হৃদৰোগৰ চিকিৎসকৰ পৰামর্শ লওক।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx